crocodilecrone

crocodile tears (English) [ IPA: ˈkrɑkəˌdaɪl ˈtɪrz ASM: ক্ৰকডাইল টিয়াৰ্চ]
Contributed by: Partha P Sarmah on 2008-07-24
1. (Common Noun-Neuter) pretend to be sad about something but not really sad at all. বেজাৰ পোৱা ভাও জুৰি মিছাকৈ দুখ প্ৰকাশ কৰা, সাধাৰণতে চকুপানী উলিয়াই কিহবাৰ বাবে বেজাৰ পোৱা যেন দেখুওৱা৷